মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

কাৰ্য্যকলাপ আৰু লক্ষ্য

  • কাৰ্য্য

    • কাৰ্যক্ৰমণিকা – প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ত শিক্ষকসকলক দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিক্ষণক চাকৰি কৰি থকা অৱস্থাৰ অনুষ্ঠান প্ৰস্তুত কৰে।
    • বিশেষ কাৰণত ইংৰাজী শিকিব খোজাসকলৰ বাবে প্ৰয়োজনীয়তা হিচাপে অনুষ্ঠান আয়োজন কৰা হয়।
    • ইংৰাজী শিক্ষক, প্ৰশাসনিক বিষয়া, নীতি নিৰ্দ্ধাৰকসকলৰ বাবে সন্মিলন, কৰ্মশালা, অধ্যয়ন গোষ্ঠী, সভাৰ আয়োজন কৰা হয়।
    • ইংৰাজী ভাষাৰ শিক্ষণ আৰু ভাষাগতত আছে- গৱেষণাক উন্নত কৰা, উদ্যোগ লোৱা আৰু স্থানাংক কৰা।
    • ইংৰাজীত নিৰ্দেশনা দিয়াৰ নিৰ্দেসনামূলক সামগ্ৰীৰ আদ্য অৱস্থাত, মধ্যৱৰ্ত্তী আৰু আগবাঢ়ি থকা পৰ্যায়ক বিকাশ সাধন কৰা।
    • ৰাজ্য চৰকাৰ আৰু আন প্ৰতিষ্ঠানসমূহক পৰামৰ্স সেৱা দান কৰা।
    • বিদ্যায়তনিক আৰু পেছাদাৰী মাৰ্ক দৰ্শন দিয়া।

    উদ্দেশ্য

    • অসমত ইংৰাজী ভাষা শিক্ষণ আৰু শিকণক উন্নত কৰা।
    • ইংৰাজীত শিক্ষকক প্ৰশিক্ষণ দিয়া।
    • অসমত পাঠ্য তালিকা, পাঠ্যপুথি, পৰীক্ষা পদ্ধতি আৰু ইংৰাজীৰ লগত জড়িত বিষয়ক উন্নত কৰা। 
      ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল (ইংৰাজী বিভাগৰ) বাবে বিভিন্ন ধৰণৰ ইংৰাজী ভাষা শিক্ষণ অনুষ্ঠান প্ৰস্তুত কৰে। ই লগতে অনুৰোধ মৰ্মে অসমৰ ইংৰাজী বিষয় শিক্ষকসকলৰ বাবে পুনৰচৰ্চা পাঠ্যক্ৰম পৰিচালনা কৰে।

    ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে পৰিচালনা কৰা অনুষ্ঠানসমূহ হল –

    • চাকৰি কৰি থকা অৱস্থাতো প্ৰশিক্ষণ
    • ইংৰাজী কথন শিকন
    • ভাষাৰ গৱেষণা প্ৰকল্প
    • সামগ্ৰী প্ৰস্তুতি আৰু প্ৰকাশন
    • অধিবেশন অধ্যয়ন গোষ্ঠী)

    ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমে পৰিচালনা কৰে বাবে বিভিন্ন ধৰণৰ নিৰ্ধাৰিত পাঠ্যক্ৰম। দীৰঘ সময়-সীমাৰ কাৰ্যতালিকা হল-

    • তিনিমহীয়া ডিপ্লোমা পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
    • এমহীয়া মানপত্ৰ পাঠ্যক্ৰম, ইংৰাজী ভাষাৰ শিক্ষণ।
    • কম সময়ৰ বাবে চাকৰি কৰি থকা অৱস্থাত ইংৰাজী ভাষাৰ শিক্ষণ ব্যৱস্থা, ইংৰাজী ভাষাৰ শিক্ষক সংস্থাৰ অধীনত, অসম আৰু পিছপৰা আৰু জনজাতীয় অঞ্চল, অসম। প্ৰশিক্ষণ কাৰ্যতালিকাৰ বাহিৰেও ইংৰাজী ভাষাৰ শিক্ষণ সংস্থাই ইংৰাজী ভাষা শিক্ষণ আৰু ভাষাগত বিভাগত গৱেষণা প্ৰকল্পসমূহল দায়িত্ব লয়। ই লগতে ইংৰাজী ভাষা শিক্ষণ আৰু মানৱ সম্পদ বিভাগত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডলৈ পৰামৰ্শ দান সেৱা আগবঢ়ায়।