মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

সফলতাৰ কাহিনী

১৯৮৮ চনৰ পৰা ২০১৬ চনলৈ ইংৰাজী ভাষা শিক্ষণ সংস্থাই ৫৫৬জন মদ্য ইংৰাজী আৰু উচ্চ মাধ্যমিকৰ শিক্ষকক ইংৰাজী ভাষা শিক্ষণৰ তিনিমহীয়া ডিপ্লোমাৰ জৰিয়তে প্ৰশিক্ষণ দিছে।

ইংৰাজী ভাষা শিক্ষণ সংস্থাই ৫৭৬জন মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিকৰ শিক্ষকক ইংৰাজী ভাষা শিক্ষণৰ এমহীয়া মানপত্ৰ পাঠ্যক্ৰমৰ জৰিয়তে প্ৰশিক্ষণ দিছে।

ইংৰাজী ভাষা শিক্ষণ সংস্থাই ৪৯৪৯জন মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিকৰ শিক্ষকক ইংৰাজী ভীষা শিক্ষণৰ বিভিন্ন সময়-সীমাৰ ছুটি অনুষ্ঠানৰ জৰিয়তে প্ৰশিক্ষণ দিছে।