মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা

গৱেষণা

প্ৰচলিত গৱেষণা

প্ৰচলিত গৱেষণা/ প্ৰকল্প/ জৰীপ আদি

চাকৰি কৰি থকা অৱস্থাত শিক্ষকক প্ৰশিক্ষণ দিয়াৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰিও আমি গৱেষণা কৰ্ম, প্ৰকল্প সমীক্ষণ আদি কামো গ্ৰহণ কৰো, যিবোৰ ইংৰাজী ভাষাৰ শিক্ষণ আৰু প্ৰশিক্ষণৰ লগত জড়িত। ইয়াৰে কিছুমান সম্পূৰ্ণ হৈছে আৰু কিছুমান এতিয়াও চলি আছে।

আমি প্ৰশিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাৰ লগত সামঞ্জস্য ৰাখি গৱেষণা কৰাত আৰু শৈক্ষিক তথা বিদ্যায়তনিক দিশত সহায়-সহযোগিতা আগবঢ়ায়। ইয়াৰোপৰি গৱেষণাৰ প্ৰস্তাৱ আহিলে আৰু ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা, অসমৰ লগত জড়িত হব বিচাৰিলে সুখী হওঁ।